মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

অস্বীকৃত

এই ওৱেবচাইট টোৰ পৰিকল্পনা আৰু উন্নয়ন অসম চৰকাৰৰ ইনফৰমেছন আৰু টেকনোলজী বিভাগৰ দ্বাৰা কৰা হৈছে আৰু ইয়াক অসম চৰকাৰৰ জনজাতি উন্নয়ন আৰু অনুসূচিত জাতি বিভাগৰ দ্বাৰা পৰিচালিত কৰা হৈছে। এই ওৱেবচাইটটোৰ মূল উদ্দেশ্য হল তথ্য যোগান, যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজে অতি সোনকালে আইনসঙ্গত তথ্য নিৰূপণ কৰিব পাৰে। যদিও সকলো প্ৰকাৰৰ প্ৰচেষ্টাৰে শুদ্ধ আৰু শেহতীয়া তথ্য যোগান ধৰিবলৈ চেষ্টা কৰা হৈছে, তথাপি কিছুমান তথ্য যেনে- টেলিফোন নম্বৰ, কাৰ্য্যনিৰ্বাহ কৰি থকা বিষয়াৰ নাম ইত্যাদি এই ওৱেবচাইটটো শেহতীয়াকৈ প্ৰস্তুত কৰাৰ আগতে হয়তো সলনি হব পাৰে। সেয়েহে আমি নাভাবো যে এই ওৱেবচাইটত সন্নিৱিষ্ট সকলো তথ্যৰ সম্পূৰ্ণতা, সত্যতা তথা উপকাৰিতা সম্পৰ্কত কিবা আইনগত দায়বদ্ধতা আহিব।

সংযোগ স্থাপন কৰোতে কিছুমান ওৱেবচাইটৰ বাহিৰা পৃষ্ঠা আৰু তথ্যৰ ওপৰত ভিত্তি কৰা হৈছে। নিৰ্ভৰযোগ্যতা সম্পৰ্কত সেইবোৰ তথ্যৰ দায়িত্ব আমি লব নোৱাৰো। বাহিৰা তথ্যৰ সম্ভাব্য সংযোগে কেতিয়াও জ্ঞাত কৰাত, প্ৰস্তুত কৰাত বা কাৰ্য়্যকৰী কৰাত অৰিহণাৰ সৃষ্টি নকৰে। আমাৰ শ্ৰেষ্ঠ প্ৰচেষ্টা স্বত্ত্বেও, আমি নিশ্চয়তা দিব নোৱাৰো যে ইয়াত সন্নিৱিষ্ট সকলো তথ্য কম্পিউটাৰ ভাইৰাচৰ পৰা মুক্ত।

আমি আপোনালোকৰ পৰামৰ্শক আদৰণি জনাম এই ওৱেবচাউটটো উন্নত কৰাত তথা যিকোনো ভুল আমাৰ দৃষ্টিগোচৰ কৰাত।