আমি নিশ্চিত কৰিবলৈ দায়বদ্ধ যে জনজাতি আৰু পিছপৰা জাতি উন্নয়ন বিভাগৰ এই চৰকাৰী ওৱেবচাইটটো বিভিন্ন ডিভাইচ আৰু ইউচৰ সংযোগী, সকলোৰে ব্যৱহাৰৰ বাবে। পাৰ্য়্যমানে সংযোগী ব্যৱস্থাৰে এইটো গঢ়ি তোলা হৈছে ব্যৱহাৰৰ বাবে। যাৰ ফলত এই পোৰটেল বিভিন্ন ডিভাইচ যেনে - ডেক্সটপ, লেপটপ কম্পিউটাৰ উৱেভ এনেবল মবাইল ডিভাইচ ইত্যাদিত উপলব্ধ হয়। জনসাধাৰণৰ কোনো অসুবিধা নোহোৱাকৈ সকলো তথ্য জানিবৰ বাবে এই পোৰটেলটোত সকলো ধৰণৰ সংযোগী ব্যৱস্থা সংযোগ কৰিবলৈ আমি পাৰ্য়্যমানে প্ৰচেষ্টা লৈছো। উদাহৰণ স্বৰূপে দৃষ্টিহীন এজন ব্যক্তিয়ে এই পোৰটেলটোত সংযোগী টেকনোলজী উপলব্ধি কৰিব পাৰিব স্কিণ ৰিডাৰ্চ আৰু স্কিণ মেগনিফিয়াছৰ জৰিয়তে।
আমাৰ উদ্দেশ্য আছে মানবিশিষ্ট অভিযোগ আৰু ব্যৱহাৰৰ নীতি আৰু সচৰাচৰ পৰিকল্পনাক প্ৰতিফলন কৰাৰ যিয়ে এই পোৰটেলটো দৰ্শন কৰা সকলো দৰ্শনাৰ্থীক সহায় কৰিব পাৰে। ভাৰত চৰকাৰৰ ওৱেবচাইট সমূহৰ নীতি-নিৰ্দ্দেশনা স্পৰ্শ কৰিবলৈ, এই পোৰটেল টো এক্সঃ এইড.টি.এম.এল ১.০ ট্ৰেনচিটনেল ব্যৱহাৰ কৰি পৰিকল্পনা কৰা হৈছ আৰু ইয়াক লেবেল ..এ..ৰ আৰ্হিত ...... পৃথিৱী বিয়পি থকা ওৱেব কনজেৰটাম ..... সমপৰ্যায়ৰ চেষ্টা কৰা হৈছে। এই পোৰটেলটোৰ কিছু অংশ উপলব্ধ হব পাৰে বাহিৰা ওৱেবচাইটৰ লগত সংযোগ স্থাপন কৰি। বাহিৰা ওৱেবচাইট সমূহ নিৰ্দ্দিষ্ট বিভাগ সমূহে পৰিচালনা কৰে আৰু সংযোগী প্ৰক্ৰিয়াত তেওঁলোক দায়বদ্ধ। জনজাতি আৰু পিছপৰা জাতি উন্নয়ন বিভাগে এই ওৱেবচাইটটোৰ জৰিয়তে অক্ষম লোকৰ বাবে সংযোগ স্থাপন কৰি কাম কৰি যায়। অৱশ্যে শেহতীয়া পোৰটেবল তথ্যৰ আৰ্হি (পি.ডি.এফ) ফাইল ইয়াত সন্নিৱিষ্ট হোৱা নাই। আকৌ হিন্দী ভাষাৰ তথ্যও ইয়াত সন্নিৱিষ্ট হোৱা নাই।
যদি এই সন্নিৱিষ্ট সম্পৰ্কত কিবা অসুবিধা বা সমস্যা বা উপদেশ থাকে তেনেহলে অনুগ্ৰহ কৰি আমালৈ লিখক যাতে আমি সহযোগী মনোভাৱে আপোনাৰ সহায়ৰ হাত আগবঢ়াব পাৰো। কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমাক জানিবলৈ দিয়ক আপোনাৰ যোগাযোগৰ তথ্যৰে।
সংযোগী আলেখ্য সম্পৰ্কত শিকক
ডি.আই.টি ওৱেবচাইটত আলখ্য সংযোগ কৰা হয় মূল কনটেণ্ট ধৰি ৰখা, তাত্ক্ষণিকভাৱে নিৰূপণ কৰা কোৰ কনটেণ্ট পৃষ্ঠাৰ ওপৰত যাতে কি-বোৰ্ড ব্যৱহাৰ কৰি বাৰে বাৰে সলনি কৰিব লগা নহয়।
আইকনচঃ আইকনত টেক্সৰ লগতে কিছুমান বিকল্প তথ্য সংযোজন হৈ থাকে। যেনে - ছপাৰ ব্যৱস্থা ই-মেইল ইত্যাদি।
সংযোগী বিকল্প ঃ টেক্সৰ আকাৰ সলনি কৰাৰ বিকল্প হিচাবে কালাৰ স্কিম আৰু টেক্সৰ ঠাই বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে।
ফাইল টাইপ আৰু ফাইল চাইজ চিনাক্তকৰণঃ বিকল্প ফাইল টাইপ যেনে- পিডি.এফ ৱৰ্ড, এক্সচেলৰ লগতে ফাইল চাইজ সংযোগ কৰা হৈছে মূল লিঙ্ক টেক্সৰ ভিতৰত ব্যৱহাৰকাৰীক সহায় কৰা উদ্দেশ্যত যাক তএওঁলোকে অতিৰিক্তভাৱে জানিব পাৰিব চিনাক্তকৰণ কৰি।
এই সংযোগৰ লগত আইকনৰ বিভিন্ন ফাইল টাইপচ সংয়োজিত হৈছে। এইটোয়ে ব্যৱহাৰকাৰীক কত তেওঁলোকে সংযোগ কৰিব বিচাৰে নিৰ্দ্াণ কৰাত সহায় হব। উদাহৰণস্বৰূপে, যদি পি.ডি.এফ ফাইল খোলা হয়, সংযোগী টেক্স-এ, ফাইল চাইজ আৰু ফাইল টাইপ নিৰ্দ্দিষ্ট কৰি দিব।
শিৰোনামা ঃ ওৱেব পেজ কনটেণ্ড, উপযুক্ত শিৰোনামাৰ দ্বাৰা সংগঠিত হয় আৰু শাখা শিৰোনামা সমূহ পঢ়িব পৰা ধৰণে গঠিত হয়। এইচ.আই. মূল শিৰোনামা বুজায় অন্যহাতে এইচ.টু.ই শাখা শিৰোনামা বুজায়।
উপাধিঃ প্ৰতিটো ওৱেব পেজৰ উপযুক্ত উপাধি নিৰ্দিষ্ট কৰি দেখুওৱা হয় যাৰ বাবে পেজ কনটেণ্ট সহজে বুজাত সুবিধা হয়।
বিকল্প টেক্সটঃ ইমেজৰ বিস্তৃত বিৱৰণ সংযোগ কৰা হয় ব্যৱহাৰকাৰী সকলৰ বাবে যাৰ দৃষ্টিশক্তিত অসুবিধা আছে। যদি তুমি ব্ৰাউচাৰ ব্যৱহাৰ কৰা সেইটো অকল টেক্সত সহায়ক হয় অথবা ইমেজ ডিছপ্লে কৰাত সহায়ক হয়। তুমি তথাপি জানিবলৈ বাকী থাকে বিকল্প টেক্সৰ সকলো কথা জানিবলৈ ইমেজ অবিহনে। ইয়াৰ উপৰিও, কিছুমান কিনোতাই বিকল্প টেক্সৰ প্ৰতিফলন ঘটায় টোল-টিপ মাধ্যমত যেতিয়া ব্যৱহাৰকাৰীয়ে ইমেজৰ ওপৰেৰে মাউচ সংযোগ কৰে।
কনছিটেণ্ট নেভিগেচন মেকানিজিম ঃ কনছিটেণ্ট মানে নেভিগেচন আৰু উপস্থাপন কৰাৰ কায়দা ওৱেবচাইট সঁয়েগ কৰা সকলো বিষয়।
কি-বোৰ্ডৰ সমৰ্থনঃকি-বোৰ্ড ব্যৱহাৰ কৰি এটা ওৱেবচাইট চলাব পাৰি টেব আৰু চিফট ...টেব কেজত হেঁচা দি।
কাছটোমাইজ টেক্স আকাৰঃ ওৱেব পেজৰ টেক্সৰ আকাৰ সলনি কৰিব পাৰি হয় ব্ৰাউচাৰৰ জৰিয়তে বিকল্প পেজ সংযোগ কৰি নাইবা ক্লিক কৰি টেক্স চাইজ আইকনৰ সকলো পেজৰ ওপৰত।
এডজাষ্ট কনট্ৰাচ আঁচনিঃ ওৱেবচাইটত বিভিন্ন ধৰণৰ আঁচনি সন্নিৱিষ্ট কৰা হৈছে টু এনেবেল ইউজাৰছ উইথ ভিজুৱেল ইমপাইৰমেণ্ট। যেনে- নিম্ন ভিচন আৰু ৰঙীন ব্লাইননেছ ওৱেৰ পেজবোৰত থকা তথ্য সমূহ সহজে চাবলৈ। কনট্ৰাচ সলনি কৰাৰ সকলো সুবিধা আছে ওৱেব পেজত টেক্সত থকা স্থান বৃদ্ধি কৰি। সংযোগী বিকল্প পেজত, শব্দৰ মাজত বগা স্থান বৃদ্ধি কৰিবলৈ বিকল্প ব্যৱস্থা ৰখা হৈছে। বগা পেজবিলাক ২টা সীমালৈ বৃদ্ধি কৰিব পাৰি। এই বিকল্প ব্যৱস্থাটো ভিচুৱেল আৰু শিক্ষাৰ্থী ব্যৱহাৰকাৰী সকলৰ বাবে সহায়ক যিয়ে তথ্য পঢ়াত বা বগা পেজ ব্যৱহাৰ কৰাত অসুবিধা পায়।
সংযোগী ওপচন সম্পৰ্কত শিকক
সংয়োগী ব্যৱস্থা সম্পৰ্কত শিককঃএই ওৱেবচাইটৰ সংযোগী বিকল্প ব্যৱস্থাই স্কিণ প্ৰতিফলন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। এই বিকল্পই, টেক্স স্পেচিঙত সহায়ক হয়, টেক্স চাইজ আৰু ৰং সলনি কৰি স্পষ্ট দেখা আৰু পঢ়িব পৰাত সহায়ক হয়।
টেক্স চাইজ পৰিৱৰ্ত্তনঃ নিৰ্দিষ্ট চাইজতকৈ ডাঙৰ বা সৰু দেখাটো সলনি কৰিব পাৰি। এই ক্ষেত্ৰত পাঁচটা বিকল্প ব্যৱস্থা আছে। সেইবোৰ হল-
বৃহত্ঃ বৃহত্ আকাৰত প্ৰতিফলিত তথ্য,
অলপ বৃহত ঃ নিৰ্দিষ্ট চাইজতকৈ অলপ ডাঙৰ প্ৰতিফলিত তথ্য,
মধ্যমঃ নিৰ্দিষ্ট চাইজৰ সমকক্ষ প্ৰতিফলিত তথ্য,
সৰু ঃ নিৰ্দিষ্ট চাইজতকৈ অলপ সৰু প্ৰতিফলিত তথ্য ,
আৰু একেবাৰে সৰুঃ অতি সৰুকৈ প্ৰতিফলিত তথ্য টেক্স চাইজ পৰিৱৰ্ত্তনৰ বাবে।
ৰং সলনিৰ আঁচনিঃ উপযুক্ত বেকগ্ৰাউণ্ড আৰু টেক্স কালাৰ সংযোজন কৰি পঢ়িব পৰাকৈ ৰং সলনি কৰিব পাৰি। সেইবোৰ কালাৰ টেক্সত ব্যৱহাৰ কৰি পঢ়িব পৰাকৈ উন্নতি সাধিব পাৰি।
নিৰ্দিষ্ট কনট্ৰাষ্টঃ পৰ্দ্দাখন মূল প্ৰতিফলনলৈ আনি লোৱা ৰং সলনি কৰিবৰ বাবে।
(১) সংযোগী বিকল্প এটা বাচি লোৱা
(২) কনট্ৰাষ্ট স্কীম শাখাৰ পৰা প্ৰয়োজনীয় কনট্ৰাষ্ট এটা বাচি লোৱা।
(৩) কিস্ক ব্যৱহাৰ কৰা।
দ্ৰষ্টব্যঃকালাৰ স্কীমৰ পৰিবৰ্ত্তনে, পৰ্দাৰ ইমেজত কোনো প্ৰতিক্ৰিয়া নকৰে।