মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

বিষয়বস্তু পৰিচালনা

এইটো জনজাতীয় আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ চৰকাৰী ওৱেবচাইট। অসম চৰকাৰে, অসম চৰকাৰৰ ইনফৰমেচন আৰু টেকনোলজী বিভাগৰ সহযোগত ইয়াক পৰিকল্পনা কৰি উন্নয়ন আৰু মুকলি কৰিছে। তথ্য সমূহ উন্নতকৰণ কৰা হৈছে সাধাৰণ মানুহক অৱগত কৰিবলৈ।

জনজাতি আৰু পিছপৰা শ্ৰেণী বিভাগৰ, তথা বিভিন্ন গোট তথা সন্থা সমুহৰ মঙ্গলকামী আঁচনি সমুহৰ নিৰ্ভৰযোগ্যতা, বিস্তৃত ব্যাখ্যা তথা শুদ্ধ খবৰ ইয়াৰ দ্বাৰা অৱগত কৰিবলৈ প্ৰয়াস কৰা হৈছে। বিভিন্ন ঠাইত অত্যাধুনিক সংযোগ ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা হৈছে ভাৰত চৰকাৰৰ বিভিন্ন ওৱেবচাইট..পোৰটেলচৰ লগত যোগাযোগ কৰিবলৈ।

এই চাইটটোৰ সন্তুষ্টিকৰণ এই যো ইয়াক বিভাগৰ বিভিন্ন গোট তথা শাখাৰ উমৈহতীয়া প্ৰচেষ্টাত সৃষ্টি কৰা হৈছে। নৈমিত্তিক ভিত্তিত এই চাইটটো প্ৰসাৰ আৰু শক্তিশালী কৰি তুলিবলৈ কঠোৰ প্ৰচেষ্টা চলোৱা হৈছে সন্তুষ্টজনক কাভাৰেজ, পৰিকল্পনা আৰু টেকনোলজী প্ৰয়োগ কৰি।

সন্তুষ্টিকৰণৰ অৰিহণা, আধুননীকিকৰণ আৰু অনুমোদন পলিচি- (চি.এম.এ.পি.)

পি.ডি.এফ ফাইল কোলা হৈছে এটা নতুন উইণ্ডাোত

সন্তুষ্টিকৰণৰ আৰচিভেল পলিচি (চি.এ.পি.)

পি.ডি.এফ. খোলা হৈছে এটা নতুন উইণ্ডোত

ওৱেবচাইটৰ তথ্য অৱগত কৰা পৰিচালক

জনজাতি আৰু পিছপৰা জাতি উন্নয়ন বিভাগৰ উন্নতিকৰণ।