বিদেশী..বাহিৰা ওৱেবচাইট/পোৰটেলচৰ সৈতে যোগাযোগঃ
যিকোনো ঠাইৰ পৰা এই ওৱেবচাইটটোৰ জৰিয়তে যিকোনো ঠাইৰ ওৱেবচাইট/পোৰটেলচৰ সৈতে সংযোগ স্থাপন কৰাৰ সুবিধা পোৱা যায়। আপোনাৰ সুবিধাৰ বাবে এই সংযোগ ব্যৱস্থা, প্ৰৱৰ্ত্তন কৰা হৈছে। পেঞ্চন আৰু ৰাইজৰ অভিযোগ বিভাগ, এই ওৱেবচাইট সংযোগৰ জৰিয়তে ব্যক্তি বিশেষৰ বাৰ্তালাভ তথা অসুবিধাৰ বাবে কোনো কাৰণতে দায়বদ্ধ নহব তথা কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব। সংযোগ ব্যৱস্থাত ক্ষন্তেকীয়া উপস্থিতি বা ওৱেবচাইটত সংযোগ কৰোতে শুনা কিছু কথাৰ বাবে, ধৰি লব নালাগে যে তাক কোনো ধৰণৰ স্বীকৃতি দিয়া হৈছে। আমি কোনো নিশ্চয়তা দিব নোৱাৰো যে এই সংযোগ সকলো সময়তে অব্যাহত থাকিব আৰু সংযোগ পোৱা-নোপোৱা সন্দৰ্ভত আমাৰ কোনো নিয়ন্ত্ৰণ নাই।
অন্য ওৱেবচাইটৰ পৰা আমাৰ ওৱেবচাইটলৈ সংযোগ-
এই ওৱেবচাইটৰ পৰা সন্নিৱিষ্ট তথ্য জানিবলৈ আপুনি চিধাকৈ সংযোগ স্থাপন কৰিলে আমাৰ কোনো আপত্তি নাথাকে তথা ইয়াৰ বাবে কোনো আগতীয়া অনুমতিৰো প্ৰয়োজন নহয়। অৱ্শ্যে, আপোনাক আমি ভাল পাম যদিহে আমাৰ এই ওৱেবচাইটত সন্নিৱিষ্ট কোনো সংযোগ সম্পৰ্কত আপুনি জানিব বিচাৰে। তেতিয়া আপোনাক কিবা পৰিৱৰ্ত্তন বা শেহতীয়া উন্নতকৰণ সম্পৰ্কত অৱগত কৰিব পাৰিম। কিন্তু আমাৰ তথ্য সন্দৰ্ভত আপোনাৰ লোড কৰিবলৈ অনুমতি দিব নোৱাৰিম। এই তথ্যসমূহ এই ওৱেবচাইটৰ নতুনকৈ খোলা ব্ৰোচাৰ উইণ্ডা ব্যৱহাৰ কৰা সকলে লোড কৰিব।