মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

প্ৰতিলিপি অধিকাৰ নীতি

এই ওৱেবচাইটত প্ৰতিফলিত তথ্য সমুহ, প্ৰয়োজনীয় অনুমতি সাপেক্ষে, বিনামূলীয়াকৈ পুনৰবাৰ উপস্থাপন কৰি আমালৈ মেইল যোগে পঠাব পাৰিব। অৱশ্যে পুনৰবাৰ উপস্থাপন কৰা তথ্যসমূহ শুদ্ধকৈ আৰু মূল বিষয়বস্তুৰ ভুল ব্যাখ্যা কৰা ধৰণৰ হব নোৱাৰিব। যেতিয়া এই তথ্যসমূহ প্ৰকাশ কৰা হব তথা অন্যলৈ দিয়া হব, তেতিয়া তথ্যৰ সম্বল দৃঢ়তাৰে নিশ্চিত কৰিব লাগিব।

অৱশ্যে, অনুমোদিত পুনৰবাৰ উপস্থাপন কৰা তথ্যসমূহ চিনাক্ত হোৱা কোনো তৃতীয় পক্ষৰ প্ৰতিলিপিৰ তথ্যৰ সৈতে সম্প্ৰসাৰিত হব নোৱাৰিব। পুনৰ উপস্থাপন কৰিবলৈ অনুনোদিত সকলে প্ৰয়োজনীয়য় তথ্য সমূহ বিভাগ বা নিয়োজিত প্ৰতিলিপ প্ৰতিনিধি গোটৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এই নিয়ম আৰু চৰ্ত সমূহ ভাৰতীয় আইন অনুসাৰে প্ৰস্তুত আৰু পৰিচালিত হব। এই নিয়ম আৰু চৰ্ত সমূহৰ ক্ষেত্ৰত হব পৰা যিকোনো সংঘাত, ভাৰতৰ ন্যায়ালয় সমূহৰ একান্ত গণ্ডীৰ ভিতৰত থাকিব।