ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱ অনুসাৰে ১৭ দীর্ঘস্থায়ী বিকাশৰ লক্ষ্য, ১৬৯ লক্ষ্য আৰু ৩০৪ টা ইণ্ডিকেটৰ, ২৫ চেপ্তেম্বৰ ২০১৫, ত চৰকাৰী কাৰ্য্যসূচীত সন্নিৱিষ্ট হয়। ভাৰত চৰকাৰ ইয়াৰ অন্যতম সাক্ষৰকাৰী। অসম চৰকাৰে এই প্ৰস্তাৱক আদৰণি জনায়।
Title | Size | Detail |
---|---|---|
7 YEARS STRATEGIC PLAN AND 3 YEARS ACTION | 552.29 KB | ![]() |
Eradication of poverty and Strategy and action plan on SDG | 183.97 KB | ![]() |