ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বিভাগৰ উপ সংগঠন এ.আই.আৰ.টি.এছ.চি.ৰ অধীনত বিভিন্ন গৱেষণা আৰু প্ৰশিক্ষণৰ কাৰ্য্যক্ৰম কৰা হয়
গৱেষণা আৰু মূল্যাংকন অধ্যয়ন-
- সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিষয়, পৰম্পৰাগত জ্ঞান প্ৰণালী ইত্যাদিক সামৰি নৃতত্ব বিজ্ঞান অধ্যয়ন।
- মূল্যাংকণ আৰু প্ৰভাৱ মূল্যাংকন অধ্যয়ন
- এথনোগ্ৰাফিক অধ্যয়ন
প্ৰশিক্ষণ
- জনজাতীয় এলেকাত কৰ্মৰত উন্নয়ন বিভাগৰ বিষয়াসকলৰ প্ৰশিক্ষণ
- নিবনুৱা অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ যুৱসকলক কৌশল বিকাশৰ প্ৰশিক্ষণ কাৰ্য্যসূচী।
Downloads
Title | Size | Detail |
---|
RESEARCH STUDY CONDUCTED DURING THE YEAR 2014 2015.pdf | 86.08 KB | ![swf-image](https://wptbc.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
DETAILS OF TRAININGS AND SEMINARS 2014-2015.pdf | 290.4 KB | ![swf-image](https://wptbc.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |