মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain)

বনাঞ্চল গাওঁ উন্নয়ন আঁচনিসমূহ

  • বনাঞ্চল উন্নয় এজেন্সীৰ জৰিয়তে বনাঞ্চল গাঁৱৰ উন্নয়নৰ কাৰণে ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে এছ.চি.এ.ৰ পৰা টি.এছ.পি.ৰ অধীনত আঁচনি আৰম্ভ কৰিছে। তথাপিও ২০০৯ বৰ্ষৰ পৰা এই আঁচনিৰ অধীনত চৰকাৰৰ দ্বাৰা কোনো পুঁজি মুকলি কৰা হোৱা নাই।